योजना सम्बंधित जानकारी

  • আঁচনিৰ সৱিশেষ
  • এই আঁচনিখনৰ গঠন:
  • সাধাৰণ প্রশ্ন
  • দাবী প্ৰক্ৰিয়া
  • যোগাযোগ কৰক
  • পুস্তিকা

প্ৰধান মন্ত্ৰী শস্য বীমা যোজনাই খেতিয়ক সকলক বীমাকৰণ কৰি তেওঁলোকৰ লোকচান হোৱা শস্যবোৰৰ কাৰণে| যিবোৰ প্ৰত্যাহ্বান আহে খৰাং, বানপানী, গৰাখহনীয়া, ধুমুহা, বা-মাৰলি, মাৰি মৰণ, ইত্যাদি কৰা|

শস্য পথাৰৰ উল্লেখিত শস্যৰ লোকচানৰ কাৰণে অসমৰ চৰকাৰে CCES নামৰ এখন আঁচনি উল্লেখিত শস্যৰ বাবে আক্ৰান্ত অঞ্চলত অন্তৰ্ভূক্ত কৰিব| যদি এই CCES ৰ পৰীক্ষাত কোনো খেতিয়ক শস্য লোকচানৰ সন্মুখীণ হৈছে তেতিয়া তেওঁ শস্য লোকচানকাৰীৰ শাৰীত অন্তৰ্ভূক্ত কৰিব|

এই আঁচনিখনে বিভিন্ন বয়সৰ কালচক্ৰত পৰা শস্যৰ বীমাকৰণ ব্যৱস্থা আগবঢ়াইছে| এই আঁচনি বীজ সিচা, কটা সময় তাৰ পৰৱৰ্তী সময়লৈকে নিৰ্ধাৰিত থাকিব| উত্পাদিত সামগ্ৰীসমূহ(PMFBY) প্ৰধানমন্ত্ৰী শস্য বীমা যোজনাৰ অন্তৰ্ভূক্ত আৰু তাকে অনুমোদন কৰিব অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ কৃষি বিভাগে| খেতিয়কে প্ৰ-পত্ৰ সমূহ নলবাৰী, ধেমাজী, কামৰূপ(গ্ৰাঃ) বেংকত পাব| নতুবা CSCs ত পাব| নতুবা HDFC EGRO ৰ এজেন্টৰ সৈতে যোগাযোগ কৰক আপোনাৰ প্ৰধানমন্ত্ৰী শস্য বীমা যোজনা আঁচনিত বীমাখন ল’বৰ বাবে| এই বীমাৰ পত্ৰৰ কাৰ্য্যকৰী সময়ৰ সমিক বিবৰণ জানিবৰ বাবে আপোনাৰ বাবে আছে ওৱেৰ চাইট “কৃষি বিভাগ”|

এই আঁচনিৰ জৰিয়তে নিম্নলিখিত বয়সৰ শস্যৰ ওপৰত আৰু লোকচানৰ বাবে অহা বাধা, সমস্যাবোৰৰ ওপৰত কাম কৰিব|

১| বীজ সিচাত অহা বাধা/ৰোপনত বাধা : বীমাকৰণৰ অঞ্চলবোৰ বীজসিচাঁ/ৰোপনত বাধা গ্ৰস্থ হৈছে অনাবৃষ্টি নতুবা বৰষুণৰ পৰিমাণ কমিছে নাইবা ঋতু জনিত প্ৰতিকূল বতৰৰ বাবে|

২| গজি উঠা শস্য-(বীজ সিচাৰ পৰা-শস্য চপোৱা): এই আঁচনিখনত সাম্ভাৱ্য আহিব পৰা প্ৰত্যাহ্বান/বাধাবোৰকো অৰ্থাত শস্যৰ ফল ধৰি থকা শস্যবোৰৰ ওপৰত বলবত হ’ব| যেনে-অনাবৃষ্টি, খৰাং, বানপানী প্লাবিত অঞ্চল, মাৰি-মৰক, গড়াখহনীয়া, বনজুই, বিজুলী, ব্ৰজপাত, ধুমুহা, শিলাবৃষ্টি, ঘূৰ্ণীবতাহ, প্ৰচণ্ড ধুমুহা, বা-মাৰলি|

৩| শস্য চপোৱাৰ পিছত হোৱা লোকচান: এই বীমা আঁচনিখন শস্য চপোৱাৰ পিছত দুই সপ্তাহলৈ বলবত থাকিব| যিবোৰ শস্য কটাৰ পিছত শুকাবৰ বাবে পথাৰতে মেলি যোৱা হ’ব আৰু সেইবোৰৰ ওপৰত হ’বলগীয়া নিৰ্দিষ্ট কিছুমান সংকট যেনে-ধুমুহা বা মৰলি, শিলাবৃষ্টি, অ-কৰীয়া বৰষুণ |

৪| কোনো বিশেষ অঞ্চলৰ দুৰ্ঘটনাঃ কোনো বিশেষ কোনো অঞ্চলত দেখা দিয়া প্ৰাকৃতিক দুৰ্যোগত যেনে-গড়াখহনীয়া, শিলাবৃষ্টি আদিও এই আঁচনিৰ অন্তৰ্ভূক্ত হ’ব|

এই আঁচনিৰ কাৰ্য্যকৰী ফল আৰু শস্যৰ বেচা-কিনা বজাৰখন তলৰ সূত্ৰকেইটাৰে আমাৰ উদ্দোগৰ দ্বাৰা পৰিচালিত হ’ব|

প্রস্তাব ডাউনলোড কৰক

  • প্রধানমন্ত্রী ফসল বীমা প্রকল্প কি?
    প্ৰধানমন্ত্ৰী বীমা যোজানায়ে খেতিয়ক সকলক বেয়া বতৰ বা আকস্মিক পৰিস্থিতিৰ পৰা তেওঁলোকৰ খেতি মাটিবোৰ ৰক্ষা কৰে|
  • কি কি কাৰণত ফচল ক্ষতি গ্ৰস্থ হ’ব পাৰে আৰু কি কি সাঙুৰি লোৱা হয়?
    প্ৰাকৃতিক দুৰ্যোগ, জীৱজন্তু আৰু অনাবৃষ্টি প্ৰতিকূল বতৰ, ঘূৰ্ণি বতাহ ইত্যাদি|
  • পি.এম.এফ.বি.য়াই তালিকাৰ বাবে কোনো সময় সীমা আছেনে?
    সমস্ত তালিকাভূক্ত ৰাজ্য চৰকাৰ বিজ্ঞপ্তিত থকা কাট অফ তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰা প্ৰয়োজন আৰু খেতিয়কৰ প্ৰিমিয়াম যথাযথভাৱে বেংকৰ বা মধ্যস্থ্যকাৰী দ্বাৰা বীমা কোম্পানীলৈ কাট অফ ডেটৰ আগতে পঠিওৱাটো অনিবাৰ্য্য| যদিহে কোনো কাৰণবসত কাট অফ ডেটৰ বিলম্ব হয় তেন্তে বীমা কোম্পানীয়ে কভাৰেজ বাতিল কৰা অধিকাৰ আছে|

এই যোজনা সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ফচল বীমাৰ ওপৰত ৰাজ্যিক স্তৰীয় সমন্বয় সমিতিত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি নিৰ্বাচিত নিৰ্দিষ্ট পৰিসীমাত “ক্ষেত্ৰ দৃষ্টিকোণ” নীতিৰ ওপৰত পৰিচালিত হয়, যাক বীমা গোট(আইইউ), আধাৰ ফচল আৰু নিৰ্দিষ্ট পৰিসীমা ক্ষেত্ৰ বুলি কোৱা হয়| এই গোটসমূহক গাঁও/গাঁও পঞ্চায়ত অথবা প্ৰধান শস্যৰ সমপৰ্যায়ৰ অন্য যিকোনো গোটৰ বাবে প্ৰযোজ্য বীমা গোট হিচাপে অধিসূচিত কৰা হয়| অন্য সকলো ফচলৰ বাবে ইয়াক গাঁও/গাঁও পঞ্চায়াত স্তৰৰ ওপৰৰ আকাৰৰ গোট হ’ব পাৰে|

নিম্নলিখিত চৰ্তসাপেক্ষে মূখ্য দাবীৰ পৰিশোধ ক্ষেত্ৰ দৃষ্টিকোণৰ আধাৰত কৰা হ’ব:
  • ৰাজ্যৈ অধিসূচীত বীমা গোট ক্ষেত্ৰ স্তৰত আৱশ্যকীয় গ্ৰুপ কাটিং এক্সপেৰিমেন্ট(চিচিই) সম্পাদন কৰিব লাগে
  • সংশ্লিষ্ট অধিসূচীত বীমা গোট ক্ষেত্ৰৰ ভিত্তিত পৰিশোধযোগ্য দাবী মূল্যায়ন কৰিবলৈ চিচিই ভিত্তিক উত্পাদিত শস্যৰ ডাটা নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বীমা কোম্পানীত দাখিল কৰিব লাগিব|
  • দাবি ফর্ম ডাউনলোড কৰক

ৰাজ্যিক বিত্তিক জিলা পদবিধাৰী সকল:

ৰাজ্যজাননী জাৰি কৰা জিলাযোগাযোগৰ ব্যক্তিঠিকনামো. নং.
অসমধেমাজিপৰাগ মনি বৰুৱা২ য় মহলা এন কে হাইটচ, গৰালি, যোৰহাট-8402940155
অসমনলবাৰীখগেন বহৰা৬ নং মহলা আদিত্যম বাসগৃহ, লাচিত নগৰ, জি.এচ.ৰোড, গুৱাহাটী-079678072705
অসমকামৰূপ(গ্ৰাম্য ভাগ) সন্দিপ মজুমদাৰ৬ নং মহলা আদিত্যম বাসগৃহ, লাচিত নগৰ, জি.এচ.ৰোড, গুৱাহাটী-077045333147

উৰ্দ্ধগামী সমতা:

মেনেজাৰ(কাৰ্য্যনিৰ্বাহক)অসমশুভাংকৰ মজুমদাৰ২য় আৰু ৩য় মহলা, পি-২৫৫বি,চি আই টি পথ, স্কিম-ভি আই এম,কাংকুৰগাচি, কোলকাতা-৭০০০৫৪8109269060
আঞ্চলিক(কাৰ্য্যনিৰ্বাহক)অসমপিয়ুচ সিং২য় আৰু ৩য় মহলা, পি-২৫৫বি,চি আই টি পথ, স্কিম-ভি আই এম,কাংকুৰগাচি, কোলকাতা-৭০০০৫৪ 9934012374

যোজনা আৰু অধিসুূচিত খেতিৰ প্ৰিমিয়ামৰ বিবৰণৰ বাবে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি গ্ৰাহক সুচনা পত্ৰ নিৰিক্ষণ কৰক:

ৰাজ্যিক বিত্তিক জিলা পদবিধাৰী সকল

ৰাজ্যজাননী জাৰি কৰা জিলাযোগাযোগৰ ব্যক্তিঠিকনামো. নং.
অসমধেমাজিপৰাগ মনি বৰুৱা২ য় মহলা এন কে হাইটচ, গৰালি, যোৰহাট-8402940155
অসমনলবাৰীখগেন বহৰা৬ নং মহলা আদিত্যম বাসগৃহ, লাচিত নগৰ, জি.এচ.ৰোড, গুৱাহাটী-079678072705
অসমকামৰূপ(গ্ৰাম্য ভাগ) সন্দিপ মজুমদাৰ৬ নং মহলা আদিত্যম বাসগৃহ, লাচিত নগৰ, জি.এচ.ৰোড, গুৱাহাটী-077045333147

উৰ্দ্ধগামী সমতা:

মেনেজাৰ(কাৰ্য্যনিৰ্বাহক)অসমশুভাংকৰ মজুমদাৰ২য় আৰু ৩য় মহলা, পি-২৫৫বি,চি আই টি পথ, স্কিম-ভি আই এম,কাংকুৰগাচি, কোলকাতা-৭০০০৫৪ 8109269060
আঞ্চলিক(কাৰ্য্যনিৰ্বাহক)অসমপিয়ুচ সিং২য় আৰু ৩য় মহলা, পি-২৫৫বি,চি আই টি পথ, স্কিম-ভি আই এম,কাংকুৰগাচি, কোলকাতা-৭০০০৫৪ 9934012374

দাবী প্ৰক্ৰিয়া:

অধিক জানিবৰ বাবে আমাৰ call centre no. 1800 266 0700 number ত কল কৰক অথবা ৰাজ্যিক পর্যায়ৰ জিলা সমন্বয়কৰ সৈতে সম্পর্ক কৰক।

Videos

x
Awards & Recognition
x
x