किसान पाठशाला (Kisan Pathshala - an initiative by HDFC ERGO)
पंजीकरण से लेकर आवश्यक काग़ज़ातों तक, जानिए प्रधानमंत्री फसल बीमा से जुड़ने की प्रक्रिया को चिंताराम और उनकी पत्नी से। (Enrollment process under PMFBY)
पिहू को 7304524888 पर 'Hi’ भेजिए और फसल बीमा से जुड़ी विभिन्न प्रकार की जानकारी पाए। (PIHU Whatsapp Chat BoT is here to answer all your queries about PMFBY)
प्रधानमंत्री फसल बीमा योजना के फ़ायदे l (Benefits of PMFBY Scheme)
Thank You Farmer Video-in Hindi
PMFBY promotional video for Rajasthan ( in Hindi)
PMFBY promotional video for Uttar Pradesh ( in Hindi)
Ganesh Chaturthi Post (in Hindi)
PMFBY promotional video for Maharashtra ( in Marathi)
PMFBY promotional video for Odisha ( in Odia)
PMFBY promotional video for Assam ( in Assamese)
Ganesh Chaturthi Post (in Marathi)
PMFBY promotional video for Assam ( in Bengali)
PMFBY Scheme Overview
HDFC ERGO- Kharif 2020 Crop Insurance Week
HDFC ERGO - Farmer's Day Testimonials
Our ED Mr. Anuj Tyagi, Presenting to the Honorable Prime Minister of India Shri Narendra Modi on “Capital Investments and Institutional Credit for Farmers” at the Seminar on Doubling Farmers Income.
Shri Naresh Kumar Thakral, IAS, Collector Sikar, Rajasthan speaking at HDFC ERGO Workshops for Farmers
Banker testimonial in Andhra Pradesh
How can we help you?
এইচ ডি এফ চি আৰ্গো জেনেৰেল ইঞ্চুৰেইঞ্চ কোম্পানী, বেচৰকাৰী বিভাগত ভাৰতৰ তৃতীয় বৃহত জেনেৰেল ইঞ্চুৰেইঞ্চ কোম্পানী।অসম চৰকাৰৰ দ্বাৰা প্ৰধান মন্ত্রী ফচল বীমা যোজনা(পি.এম.এফ.বি.ৱাই)ক ঋণী আৰু অ-ঋণী খেতিয়ক সকলৰ বাবে বাক্সা, কাছাৰ, কামৰূপ মেট্ৰো, লখিমপুৰ, মৰিগাঁও, তিনিচুকীয়াআৰু ওদালগুৰি জিলাত সম্পাদন কৰিবলৈ দিয়া হৈছে। প্ৰধান মন্ত্রী ফচল বীমা যোজনাৰ দ্বাৰা সকলো শষ্যক কৃষি বিভাগ, অসম চৰকাৰৰ দ্বাৰা অনুমোদন জনোৱা হৈছে।
প্রকল্পৰ উদ্দেশ্য
পিএমএফবিৱাই-ৰ লক্ষ্য ফচল ক্ষতি বা অপ্রত্যাশিত ঘটনাৰ ফলত ক্ষতিগ্রস্থ কৃষকসকলক আর্থিক সহায়তা প্রদান কৰা ।
কৃষকসকলে কৃষিত তেওঁলোকৰ ধাৰাবাহিকতা নিশ্চিত কৰিবলৈ কৃষকসকলৰ আয় স্থিতিশীল কৰা।
কৃষকসকলে কৃষিত উদ্ভাৱনী আৰু আধুনিক কৃষি পদ্ধতি অবলম্বন কৰাত উৎসাহিত কৰা।
এয়াই কৃষি ক্ষেত্ৰত ঋণৰ প্রবাহক সু-নিশ্চিত কৰে ৷
I. ৰাজ্য চৰকাৰ কর্তৃক প্রজ্ঞাপন অনুযায়ী, এই প্রকল্পটি সমস্ত কৃষকসকলৰ তেওঁলোকৰ ফচলৰ বাবে বীমা কভাৰেজ সৰবৰাহ কৰে
বিজ্ঞপ্তিপ্রপ্ত অঞ্চলবোৰত বিঞ্জপ্তিযুক্ত খেতিৰ বাবে সকলো কৃষক যেনে আধিয় আৰু লীজত লোৱা খেতিয়ক এই আঁচনিৰ ভিতৰত অন্তর্ভুক্ত হব পাৰে ।
যোজনা আৰু অধিসুূচিত খেতিৰ প্ৰিমিয়ামৰ বিবৰণৰ বাবে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি গ্ৰাহক সুচনা পত্ৰ নিৰিক্ষণ কৰক:
| রাজ্য | জিলা | যোগাযোগ কৰিবলগীয়া ব্যক্তিজনৰ নাম | ঠিকনা | যোগাযোগৰ নম্বৰ |
|---|---|---|---|---|
| অসম | বাক্সা | কুন্দন থাপা সুমন্ত শৰ্মা |
১ মহলা, আমবাৰী, মুছলপুৰ, ডাকঘৰৰ সমুখত, BEE Office, ৭৮১৩৭২ | 9101272713 8660999743 |
| অসম | ওদালগুৰি | পৰাগ মনি বৰৱা যশপাল সিং |
২ মহলা, PWD কমপ্লেক্স ৱাৰ্ড, ৰাম-জানকি চক, ওদালগুৰি – ৭৮৪৫০৯ | 8638162882 8876817264 |
| অসম | কাছাৰ | দেবাংশু ভট্টাচাৰ্য বিস্বৰূপ পুৰকায়স্থ |
প্ৰগেছিভ হাইট, ১ মহলা, হস্পিটেল ৰ'ড, জামা মছজিদৰ বিপৰীতে, শিলচৰ – ৭৮৮০০৫ | 8761958151 6001056204 |
| অসম | কামৰূপ মেট্ৰো | অসীম ভূঞা | আদিত্যম বিল্ডিং, ৬ নং ফ্লোৰ, লাচিত নগৰ, গুৱাহাটী, অসম – ৭৮১০০৭ | 7002935598 |
| অসম | মরিগাঁও | ৰেকিব আলি দেৱজিৎ বৰা |
১ মহলা, কমলা দাস বজাৰ, ম ৫ ৱাৰ্ড, গনাইনান গাঁও, পি.অ.– মৰিগাঁও; GKB কলেজৰ কাষত | 6901191993 8876853607 |
| অসম | লখিমপুৰ | ৰজত দত্ত | ১ মহলা, ম ২ ৱাৰ্ড, ৰেলৱে ষ্টেচন ৰ'ড, নকাৰি, লখিমপুৰ, অসম – ৭৮৭০০১ | 7005236065 |
| অসম | তিনিচুকীয়া | অনন্ত বিক্ৰম হাজৰিকা ঘনশ্যাম উপাধ্যায় |
তলৰ মহলা, গাঁও-বাটৰ পুখুৰী, থানা – তিনিচুকীয়া, অসম – ৭৮৬১২৫ | 9365127504 7002538239 |
অধিক জানিবৰ বাবে আমাৰ call centre no. 1800 266 0700 number ত কল কৰক অথবা ৰাজ্যিক পর্যায়ৰ জিলা সমন্বয়কৰ সৈতে সম্পর্ক কৰক।