Logo
PMFBY States ( राज्य ) - Kharif (खरीफ) 2019

Our Videos

PMFBY Scheme Overview

HDFC ERGO- Kharif 2019 Crop Insurance Week

HDFC ERGO - Farmer's Day Testimonials

Our ED Mr. Anuj Tyagi, Presenting to the Honorable Prime Minister of India Shri Narendra Modi on “Capital Investments and Institutional Credit for Farmers” at the Seminar on Doubling Farmers Income.

Shri Naresh Kumar Thakral, IAS, Collector Sikar, Rajasthan speaking at HDFC ERGO Workshops for Farmers

Banker testimonial in Andhra Pradesh

Interaction with Farmers at Kisan Unnati Mela by Head - Rural and Agri MS. Priya Kumar

অসম চৰকাৰে HDFC ERGO GENERAL INSURANCE উদ্দ্যোগক পশ্চিম ত্রিপুরা , ত্রসপাত্রিজলা , ধলাই , ঊনগ াটি , গোমতী , খোয়াই ,উত্তর ত্রিপুরা , দক্ষিণ ত্রিপুরা জিলাৰ ঋণযুক্ত/ঋণ নথকা খেতিয়ক সকলৰ বাবে প্ৰধানমন্ত্ৰী শস্য বীমা যোজনা কাৰ্য্যকৰী কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছে|

এই আঁচনিৰ খনৰ দ্বাৰা তলত উল্লেখিত জিলা কেইখনত শস্যৰ বাবে কাৰ্যকৰী কৰা হৈছে|

  • পশ্চিম ত্রিপুরা – আমন ধান / আয়ুষ ধান
  • ত্রসপাত্রিজলা – আমন ধান / আয়ুষ ধান
  • ধলাই – আমন ধান / আয়ুষ ধান
  • ঊনকোটি। – আমন ধান / আয়ুষ ধান
  • গোমতী – আমন ধান / আয়ুষ ধান
  • খোয়াই – আমন ধান / আয়ুষ ধান
  • উত্তর ত্রিপুরা – আমন ধান / আয়ুষ ধান
  • দক্ষিণ ত্রিপুরা – আমন ধান / আয়ুষ ধান
যোজনা সম্পর্কীয় সূচনা

শ্বেয়াৰক্রপাৰ আৰু টেনেন্ট কৃষকসকলক অন্তর্ভূক্ত কৰি বিজ্ঞপ্তিত স্থানত বিজ্ঞপ্তিত শস্যৰ বীজসমূহ ৰোপণ কৰা সকলো কৃষক কভাৰেজৰ বাবে যোগ্য ।

বিজ্ঞপিত/বীমাকৃত শস্যসমূহৰ বাবে কৃষকসকলৰ বীমাযোগ্য সুদ থকা উচিত।অ-ঋণী কৃষকসকলে ৰাজ্যখনত(ৰেকর্ড অব ৰাইট (আৰঅআৰ) প্রচলিত ভূমি অভিলেখ,ভূমি অধিগ্রহণৰ প্রমাণপত্র(এলপিচি)ইত্যাদিৰ প্রয়োজনীয় নথিভিত্তিক সাক্ষ্যপ্রমাণ আৰু/অথবা প্রযোজ্য কন্ট্রেক/চুক্তিৰ বিৱৰণ/ সম্পর্কিত ৰাজ্য চৰকাৰখনৰ দ্বাৰা জাৰী কৰা/অনুমোদিত কৰা আন নথিসমূহ জমা দিয়াৰ প্রয়োজন (শ্বেয়াৰক্রপাৰ/টেনেণ্ট কৃষকসকলৰ ক্ষেত্রত)
a. বাধ্যতামূলক উপাদানসমূহ

বিত্তীয় প্রতিষ্ঠানসমূহে (যেনে ঋণী কৃষকসকল) চিজনেল এগ্রিকালচাৰেল অপাৰেচনচ(এচএঅ)ঋণ উপলব্ধ কৰা সকলো কৃষকক বিজ্ঞপ্তিত শস্য(সমূহ)ৰ বাবে সামৰি লোৱাতো বাধ্যতামূলক।

আঁচনিখনৰ নীতি অনুসৰি ঋণী কৃষকসকলে বীমা কভাৰেজ নিশ্চিত কৰাতো বাধ্যতামূলক।

শস্য যোজনাৰ যিকোনো পৰিৱর্তনৰ বিষয়ে কাট অফ তাৰিখৰ পৰা অতি কমেও 2 দিনৰ আগত বেংকক জাননী প্রদান কৰা উচিত।এচএলচিচিচি/ৰাজ্য চৰকাৰৰ দ্বাৰা জাননী প্রদান কৰা মাত্র এটা পূর্বনির্ধাৰিত বিচ্চিন্নযুক্ত(কাট অফ) তাৰিখত বীমাৰ প্রস্তাৱসমূহ গ্রহণ কৰা হ’ব।
b. স্বেচ্ছামূলক উপাদান

অ-ঋণী কৃষক আৰু খেতিয়কসকলৰ যিসকলে পিএমএফবিওয়াই অধীনত যিকোনো বিজ্ঞপ্তিত শস্যৰ বাবে যিকোনো বিজ্ঞপ্তিত বীমা উপলব্ধ কৰিব বিচাৰে তেঁওলোকৰ বাবে আঁচনিখন বৈকল্পিক হ’ব আৰু তেঁওলোকে কাট অফ তাৰিখৰ ভিতৰত তেঁওলোক নিকট বেংকৰ শাখা/পিএচিএচ/ প্রাধীকৃত চেনেল পার্টনাৰ/বীমা কোম্পানীৰ বীমা

মধ্যস্থতাকাৰীসকলৰ কাষ চাপি বীমাটোৰ বাবে প্রস্তাৱিত ফর্মেটত সম্পূর্ণৰূপে প্রস্তাৱৰ প্র-পত্র পূৰণ কৰি প্রয়োজনীয় পৰিমাণৰ প্রিমিয়াম ৰাশি তেঁও বীমাযোগ্য কৰাৰ আগ্রহ কৰা খেতি /শস্যবিধ কৰাৰ মাটিটুকুৰা (যেনে মালিকীস্বত্ব/ভাড়া/খেতি কৰাৰ অধিকাৰ) প্রয়োজনীয় নথিসংক্রান্তীয় সাক্ষ্য প্রমাণসহ বেংকৰ শাখা/বীমা মধ্যস্থতাকাৰী/চিএচচি কেন্দ্রসমূহত জমা দিব পাৰে।

কভাৰেজ (আবৃত) কৰাৰ বাবে আকাংক্ষা কৰা কৃষকসকলে নির্বাচিত বেংকত এটা একাউন্ট খোলা/চলোৱা উচিত আৰু প্রস্তাৱৰ প্র-পত্রখনত বেংক একাউন্টৰ বিৱৰণ প্রদান কৰা উচিত।কৃষকসকলে প্রস্তাৱটোত তেঁওলোকৰ ভূমি চিনাক্তকৰণ সংখ্যা উল্লেখ কৰা উচিত আৰু কৃষিযোগ্য ভূমিৰ দখল সম্বন্ধিত নথিভিত্তিক সাক্ষ্য প্রদান কৰিব লাগে। কৃষকসকলে ভূমিটুকুৰাৰ বাবে বীজ ৰোপণৰ নিশ্চিতকৰণৰ প্রমাণপত্র প্রদান কৰিব লাগে।কৃষকজনে নিশ্চিত কৰা উচিত যে তেঁও এটুকুৰা একক উৎসৰ ভূমিত বিজ্ঞপ্তিত শস্য(সমূহ)ৰ খেতি কৰা/খেতি কৰাৰ বাবে প্রস্তাৱ কৰাৰ বাবে বীমা কভাৰেজ পাইছে। কোনো নকল অথবা দ্বৈত বীমা অনুমোদিত কৰা নহ’ব আৰু এনেধৰণৰ ঘটনাৰ ক্ষেত্রত কৃষকজন আবৃত অথবা সামৰণ(কভাৰেজ)ৰ বাবে উপযুক্ত নহ’ব। বীমা কোম্পানীয়ে এনেবোৰ ঘটনাৰ ক্ষেত্রত এনেধৰণৰ সকলো দাবী প্রত্যাখান কৰে আৰু লগতে প্রিমিয়াম ঘূৰাই নিদিয়াৰ অধিকাৰ সংৰক্ষণ কৰে।এনেধৰণৰ কৃষকসকলৰ বাবে কোম্পানীয়ে আইনী ব্যৱস্থা হাতত ল’ব পাৰে।

যোজনা আৰু অধিসুূচিত খেতিৰ প্ৰিমিয়ামৰ বিবৰণৰ বাবে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি গ্ৰাহক সুচনা পত্ৰ নিৰিক্ষণ কৰক:

ৰাজ্যিক বিত্তিক জিলা পদবিধাৰী সকল:

ৰাজ্যজিলাযোগাযোগ কৰিবলগীয়া ব্যক্তিজনৰ নামঠিকনাযোগাযোগৰ নম্বৰ
অসমলক্ষীমপুৰ জ্যোতি বিকাশ গগৈ গাঁও ঘিলাগুৰি বান্ট’ ৱাৰ্ড নং ১৪, খেলমাটি লক্ষীমপূৰ ৭৮৭০৩১ ৮০১১৮৮৪৫৯০
অসমকাছাৰ দিবাংশু ভট্টচাৰ্য্য কৰ্ট ৰোড শিলচৰ, ডি.চি কাৰ্য্যলয়, কাছাৰ ৭৮৮০০১ ৮৭৬১৯৫৮১৫১
অসমওদালগুৰী ৰ পৰাগ মণি পিও/পিএছ-ওদালগুৰি টাউন, ওদালগুৰি পুলিচ ষ্টেশ্বন, ওডালগুৰি ৭৮৪৫০৯ ৮৬৩৮১৬২৮৮২
অসমতিনিচুকীয়া সুমন্ত শৰ্মা.বৰডুপী কুঁৱৰী পাথেৰ, বৰডুপী ৰেভ টাউন, পিও-হুগ্ৰিজান, অসম ৭৮৬৬০১ ৮৬৬০৯৯৯৭৪৩
অসমমৰিগাঁও বিশ্বজীত ডেকা দছিকাবৰী পিও উদাৰী মৰিগাঁও মৰিগাঁও, অসম ৭৮২১০৫ ৯১০১৫২২৫৯৪
অসমকামৰূপ এম অসীম ভূঁঞা আদিত্যাম বিল্ডিং, ৬ষ্ঠ মহলা, লাচিত নগৰ, গুৱাহাটী, অসম ৭৮১০০৭ ৭০০২৯৩৫৫৯৮
অসমবাক্সা সন্দিপ মজুমদাৰ আমবাৰীবেলগুৰি মুছালপুৰ বাক্সা মুছালপুৰ ৭৮১৩৭২ ৮৩৯৯৮৮৭০০৭
দাবী প্ৰক্ৰিয়া:

অধিক জানিবৰ বাবে আমাৰ call centre no. 1800 266 0700 number ত কল কৰক অথবা ৰাজ্যিক পর্যায়ৰ জিলা সমন্বয়কৰ সৈতে সম্পর্ক কৰক।