যোজনা সম্পর্কীয় সূচনা

  • এই আঁচনিখনৰ গঠন:
  • সাধাৰণ প্রশ্ন
  • যোগাযোগ কৰক
  • প্রেস রিলিজ
  • পুস্তিকা
  • প্রিমিয়াম
  • বিপণন বিজ্ঞাপন

    ৰাজ্য চৰকাৰসমূহে জাননী জাৰী কৰা অনুসৰি এই আঁচনিখনে সকলো কৃষকক তেঁওলোকৰ শস্যৰ বাবে বীমা কভাৰেজ আগবঢ়ায়

    শ্বেয়াৰক্রপাৰ আৰু টেনেন্ট কৃষকসকলক অন্তর্ভূক্ত কৰি বিজ্ঞপ্তিত স্থানত বিজ্ঞপ্তিত শস্যৰ বীজসমূহ ৰোপণ কৰা সকলো কৃষক কভাৰেজৰ বাবে যোগ্য ।

  • বিজ্ঞপিত/বীমাকৃত শস্যসমূহৰ বাবে কৃষকসকলৰ বীমাযোগ্য সুদ থকা উচিত।
  • অ-ঋণী কৃষকসকলে ৰাজ্যখনত(ৰেকর্ড অব ৰাইট (আৰঅআৰ) প্রচলিত ভূমি অভিলেখ,ভূমি অধিগ্রহণৰ প্রমাণপত্র(এলপিচি)ইত্যাদিৰ প্রয়োজনীয় নথিভিত্তিক সাক্ষ্যপ্রমাণ আৰু/অথবা প্রযোজ্য কন্ট্রেক/চুক্তিৰ বিৱৰণ/ সম্পর্কিত ৰাজ্য চৰকাৰখনৰ দ্বাৰা জাৰী কৰা/অনুমোদিত কৰা আন নথিসমূহ জমা দিয়াৰ প্রয়োজন (শ্বেয়াৰক্রপাৰ/টেনেণ্ট কৃষকসকলৰ ক্ষেত্রত)
  • a. বাধ্যতামূলক উপাদানসমূহ

    বিত্তীয় প্রতিষ্ঠানসমূহে (যেনে ঋণী কৃষকসকল) চিজনেল এগ্রিকালচাৰেল অপাৰেচনচ(এচএঅ)ঋণ উপলব্ধ কৰা সকলো কৃষকক বিজ্ঞপ্তিত শস্য(সমূহ)ৰ বাবে সামৰি লোৱাতো বাধ্যতামূলক।

    আঁচনিখনৰ নীতি অনুসৰি ঋণী কৃষকসকলে বীমা কভাৰেজ নিশ্চিত কৰাতো বাধ্যতামূলক।

  • শস্য যোজনাৰ যিকোনো পৰিৱর্তনৰ বিষয়ে কাট অফ তাৰিখৰ পৰা অতি কমেও 30
  • এচএলচিচিচি/ৰাজ্য চৰকাৰৰ দ্বাৰা জাননী প্রদান কৰা মাত্র এটা পূর্বনির্ধাৰিত বিচ্চিন্নযুক্ত(কাট অফ) তাৰিখত বীমাৰ প্রস্তাৱসমূহ গ্রহণ কৰা হ’ব।
  • b. স্বেচ্ছামূলক উপাদান

    অ-ঋণী কৃষক আৰু খেতিয়কসকলৰ যিসকলে পিএমএফবিওয়াই অধীনত যিকোনো বিজ্ঞপ্তিত শস্যৰ বাবে যিকোনো বিজ্ঞপ্তিত বীমা উপলব্ধ কৰিব বিচাৰে তেঁওলোকৰ বাবে আঁচনিখন বৈকল্পিক হ’ব আৰু তেঁওলোকে কাট অফ তাৰিখৰ ভিতৰত তেঁওলোক নিকট বেংকৰ শাখা/পিএচিএচ/ প্রাধীকৃত চেনেল পার্টনাৰ/বীমা কোম্পানীৰ বীমা মধ্যস্থতাকাৰীসকলৰ কাষ চাপি বীমাটোৰ বাবে প্রস্তাৱিত ফর্মেটত সম্পূর্ণৰূপে প্রস্তাৱৰ প্র-পত্র পূৰণ কৰি প্রয়োজনীয় পৰিমাণৰ প্রিমিয়াম ৰাশি তেঁও বীমাযোগ্য কৰাৰ আগ্রহ কৰা খেতি /শস্যবিধ কৰাৰ মাটিটুকুৰা (যেনে মালিকীস্বত্ব/ভাড়া/খেতি কৰাৰ অধিকাৰ) প্রয়োজনীয় নথিসংক্রান্তীয় সাক্ষ্য প্রমাণসহ বেংকৰ শাখা/বীমা মধ্যস্থতাকাৰী/চিএচচি কেন্দ্রসমূহত জমা দিব পাৰে।

  • কভাৰেজ (আবৃত) কৰাৰ বাবে আকাংক্ষা কৰা কৃষকসকলে নির্বাচিত বেংকত এটা একাউন্ট খোলা/চলোৱা উচিত আৰু প্রস্তাৱৰ প্র-পত্রখনত বেংক একাউন্টৰ বিৱৰণ প্রদান কৰা উচিত।
  • কৃষকসকলে প্রস্তাৱটোত তেঁওলোকৰ ভূমি চিনাক্তকৰণ সংখ্যা উল্লেখ কৰা উচিত আৰু কৃষিযোগ্য ভূমিৰ দখল সম্বন্ধিত নথিভিত্তিক সাক্ষ্য প্রদান কৰিব লাগে। কৃষকসকলে ভূমিটুকুৰাৰ বাবে বীজ ৰোপণৰ নিশ্চিতকৰণৰ প্রমাণপত্র প্রদান কৰিব লাগে।
  • • কৃষকজনে নিশ্চিত কৰা উচিত যে তেঁও এটুকুৰা একক উৎসৰ ভূমিত বিজ্ঞপ্তিত শস্য(সমূহ)ৰ খেতি কৰা/খেতি কৰাৰ বাবে প্রস্তাৱ কৰাৰ বাবে বীমা কভাৰেজ পাইছে। কোনো নকল অথবা দ্বৈত বীমা অনুমোদিত কৰা নহ’ব আৰু এনেধৰণৰ ঘটনাৰ ক্ষেত্রত কৃষকজন আবৃত অথবা সামৰণ(কভাৰেজ)ৰ বাবে উপযুক্ত নহ’ব। বীমা কোম্পানীয়ে এনেবোৰ ঘটনাৰ ক্ষেত্রত এনেধৰণৰ সকলো দাবী প্রত্যাখান কৰে আৰু লগতে প্রিমিয়াম ঘূৰাই নিদিয়াৰ অধিকাৰ সংৰক্ষণ কৰে।
  • এনেধৰণৰ কৃষকসকলৰ বাবে কোম্পানীয়ে আইনী ব্যৱস্থা হাতত ল’ব পাৰে।
  • শস্য আঁচনিৰ যিকোনো পৰিৱর্তনৰ বিষয়ে বেংকক কাট অফ তাৰিখৰ আগত 2 দিনৰ ভিতৰত জাননী প্রদান কৰা উচিত।
  • এচএলচিচিচিআইৰ দ্বাৰা ঘোষণা কৰা এটা পূর্বনির্ধাৰিত কাট অফ তাৰিখত বীমা প্রস্তাৱসমূহ গ্রহণ কৰা হয়।

1. প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কি হয়?

অনিশ্চিয়তা আৰু অনুকূল বতৰৰ অভিন্নতাৰ ফলস্বৰূপে খেতি-পথাৰত হোৱা শস্যৰ ক্ষতিৰ পৰিণামস্বৰূপে হোৱা লোকচানৰ বিৰুদ্ধে খেতিয়কসকলক সুৰক্ষা দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি প্ৰদান কৰা হৈছে |

2. কোনবোৰ কাৰণসমূহৰ বাবে শস্য প্ৰভাৱিত হয় আৰু কোনবোৰ বিপদসমূহক সাঙুৰি লোৱা হয়?

প্ৰাকৃতিক বিপৰ্যয়, কীট-পতংগৰ আক্ৰমণ আৰু অতিপাত নতুবা কম বৰষুণৰ দৰে অনুকূল বতৰৰ দিনসমূহ, অতিপাত নতুবা নিম্ন উষ্ণতা, আৰ্দ্ৰতা, বৰফ পৰা, ধুমুহা বতাহ ইত্যাদি |

 

3. দাবী নিষ্পত্তিৰ মূল্যায়ন কেনেকৈ কৰা হয়?

a. যদিহে বীমা কৰা বতৰত বীমাকৃত শস্যসমূহৰ প্ৰতি হেক্টৰৰ প্ৰকৃত শস্যৰ বীমা ইউনিট বা একক(চিচিইসমূহৰ প্ৰয়োজনীয়তাসমূহৰ ওপৰত ভিত্তি কৰি গণনা কৰা হয়)ৰ বাবে নিৰ্দিষ্ট আৰম্ভণীৰ শস্যখিনিৰ অভাৱ হয়, সেই নিৰ্ধাৰিত অঞ্চলৰ আৰু শস্যৰ বাবে সকলো বীমাকাৰী খেতিয়কসকল শস্যৰ অভাৱত ভুগিব লাগিব বুলি বিবেচনা কৰা হয় | নিম্নলিখিত সূত্ৰ অনুসৰি “দাবী” গণনা কৰা হ’ব (আৰম্ভণীৰ শস্য – প্ৰকৃত শস্য) ——————————————— X চাম ইনচিয়’ৰ্ড আৰম্ভণীৰ শস্য য’ত,

আৰম্ভণীৰ শস্য(থ্রেচল্ড ইয়াল্ড) হৈছে যোৱা সাত বছৰৰ ভিতৰত উত্তম পাঁচ বছৰৰ উত্তম গড় ফচল গড় শস্যক যাক সেই শস্যৰ ক্ষতিপূৰণ স্তৰৰ দ্বাৰা কৰি পোৱা গুণফল|

b. বীমা কোম্পানীয়ে এবাৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক/ইউটি চৰকাৰৰ পৰা বতৰৰ বাবে প্ৰিমিয়াম সাহায্য প্ৰাপ্ত কৰাৰ পাছতে কৃষকসকলৰ দাবী নিষ্পত্তি কৰা হয়|

c. সংশ্লিষ্ট বীমা কোম্পানীসমূহৰ পৰা দাবীৰ পৰিমাণখিনি প্ৰাপ্ত কৰাৰ পাছত, বিত্তীয় সংস্থা/বেংকে 1 সপ্তাহৰ ভিতৰত স্বত্বভোগী কৃষকসকললৈ দাবী কৰা টকাখিনি প্ৰদান কৰা উচিত আৰু 7 দিনৰ ভিতৰত শাখা কাৰ্য্যলয়সমূহত স্বত্বভোগীসকলৰ সম্পূৰ্ণ সৱিশেষসমূহ প্ৰদৰ্শন কৰা উচিত আৰু সত্যতা প্ৰতিপন্ন আৰু হিচাপ-নিকাচ পৰীক্ষাৰ বাবে ব্যৱহাৰ্য্যৰ প্ৰমাণপত্ৰৰ সৈতে বীমা কোম্পানীসমূহলৈ প্ৰতিবেদন পঠিয়াব লাগে |

d. স্বেচ্ছাকৃতৰ ভিত্তিত কৃষকসকলক সাঙুৰি লোৱাৰ ক্ষেত্ৰত অৰ্থাত বীমা কোম্পানীৰ দ্বাৰা দাবী কৰা সৱিশেষসমূহৰ এখন সূচনাৰ সৈতে কৃষকসকলৰ ব্যক্তিগত একাউন্টসমূহলৈ প্ৰত্যক্ষভাৱে মধ্যস্থ পৰিমাণখিনি, দেয় দাবীসমূহ জমা হ’ব |

ৰাজ্যিক বিত্তিক জিলা পদবিধাৰী সকল:

ৰাজ্যজিলাযোগাযোগ কৰিবলগীয়া ব্যক্তিজনৰ নামঠিকনাযোগাযোগৰ নম্বৰ
অসমলখিমপুৰজ্যোতি বিকাশ গগৈ১ম মহলা, ২নঙ ৱাড, ৰেলৱে ৰড,নাকাৰি, লক্ষিমপুৰ, অসম-৭৮৭০০‍১৮০১১৮৮৪৫৯০
অসমকাছাৰদেবাংশু ভট্প্ৰগেছিভ হাইট, আপাৰ গ্ৰাওনদ ফলৰ,হসপিতাল ৰদ, অপজিত জামা মছজিদ, ছিলচৰ-৭৮৮০০৫৮৭৬১৯৫৮১৫১
অসমওদালগুৰিপৰাগ মণি২য় মহলা, পি.এন.দি কমপলেক,৩ন ৱাদ, ৰামজানকি চক, ওদালগুৰি-৭৮৪৫০৯৮৬৩৮১৬২৮৮২
অসমতিনিচুকীয়াসুমন্ত শৰ্মানায়ক কমপলেকসৰ ‍১ম মহলা, তালাপ বালি বজাৰ, ইনদিয়ান অইল পেট্ৰল পামপৰ সনমুখত, তিনিচুকীয়া-৭৮৬১৫৮৬৬০৯৯৯৭৩
অসমমৰিগাঁওবাবলু শৰ্মা‍১ম মহলা, কমলা দাস বজাৰ, ৫নয ৱাড, গনাইনান গাও,পো.অ.- মৰিগাও, জি.কে.বি কলেজৰ ওচৰত, পিন-৭৮২‍১০৫৬০০২০২৮০৩৩
অসমকামৰূপ মেট্ৰোঅসীম  ভূঞাআদিত্যম বিলদিন, ৬ন মহলা, লাচিত নগৰ, গুৱাহাটী-৭৮১০০৭৭০০২৯৩৫৫৯৮
অসমবাক্সাকুন্দন থাপাগ্ৰাউনদ ফৰ, আমবাৰী, মুছলপুৰ, পোসত অফিচৰ ওচৰত, বি.ই.ই অফিচ, বাকাৱ-৭৮১৩৭২৯১০১২৭২৭১৪
অসমকাছাৰ/ওদালগুৰিখগেন বহৰা২য় মহলা, পি.এন.দি কমপলেক,৩ন ৱাদ, ৰামজানকি চক, ওদালগুৰি-৭৮৪৫০৯৮৪৩৩৯১৩২৯৭
অসমলখিমপুৰ/মৰিগাঁওভবেন দাস১ম মহলা, ২নঙ ৱাড, ৰেলৱে ৰড,নাকাৰি, লক্ষিমপুৰ, অসম-৭৮৭০০‍১৭০০২৪৯০৩৫১
অসমকামৰূপ মেট্ৰো/তিনিচুকীয়া/বাক্সাসন্দীপ মজুমদাৰআদিত্যম বিলদিন, ৬ন মহলা, লাচিত নগৰ, গুৱাহাটী-৭৮১০০৭৮৪৩৩৯১১০৮৮
  • Farmers awareness camp Kamrup
    +
    Farmers awareness camp Kamrup
  • Farmers awareness campaign,Morigaon
    +
    Farmers awareness campaign,Morigaon
  • Farmers camp Morigaon
    +
    Farmers camp Morigaon
  • Krishi Mela camp Cachar
    +
    Krishi Mela camp Cachar
  • +
  • +
  • +
  • +

যোজনা আৰু অধিসুূচিত খেতিৰ প্ৰিমিয়ামৰ বিবৰণৰ বাবে অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি গ্ৰাহক সুচনা পত্ৰ নিৰিক্ষণ কৰক:

ৰাজ্যিক বিত্তিক জিলা পদবিধাৰী সকল

ৰাজ্যজিলাযোগাযোগ কৰিবলগীয়া ব্যক্তিজনৰ নামঠিকনাযোগাযোগৰ নম্বৰ
অসমলখিমপুৰজ্যোতি বিকাশ গগৈ১ম মহলা, ২নঙ ৱাড, ৰেলৱে ৰড,নাকাৰি, লক্ষিমপুৰ, অসম-৭৮৭০০‍১৮০১১৮৮৪৫৯০
অসমকাছাৰদেবাংশু ভট্প্ৰগেছিভ হাইট, আপাৰ গ্ৰাওনদ ফলৰ,হসপিতাল ৰদ, অপজিত জামা মছজিদ, ছিলচৰ-৭৮৮০০৫৮৭৬১৯৫৮১৫১
অসমওদালগুৰিপৰাগ মণি২য় মহলা, পি.এন.দি কমপলেক,৩ন ৱাদ, ৰামজানকি চক, ওদালগুৰি-৭৮৪৫০৯৮৬৩৮১৬২৮৮২
অসমতিনিচুকীয়াসুমন্ত শৰ্মানায়ক কমপলেকসৰ ‍১ম মহলা, তালাপ বালি বজাৰ, ইনদিয়ান অইল পেট্ৰল পামপৰ সনমুখত, তিনিচুকীয়া-৭৮৬১৫৮৬৬০৯৯৯৭৩
অসমমৰিগাঁওবাবলু শৰ্মা‍১ম মহলা, কমলা দাস বজাৰ, ৫নয ৱাড, গনাইনান গাও,পো.অ.- মৰিগাও, জি.কে.বি কলেজৰ ওচৰত, পিন-৭৮২‍১০৫৬০০২০২৮০৩৩
অসমকামৰূপ মেট্ৰোঅসীম  ভূঞাআদিত্যম বিলদিন, ৬ন মহলা, লাচিত নগৰ, গুৱাহাটী-৭৮১০০৭৭০০২৯৩৫৫৯৮
অসমবাক্সাকুন্দন থাপাগ্ৰাউনদ ফৰ, আমবাৰী, মুছলপুৰ, পোসত অফিচৰ ওচৰত, বি.ই.ই অফিচ, বাকাৱ-৭৮১৩৭২৯১০১২৭২৭১৪
অসমকাছাৰ/ওদালগুৰিখগেন বহৰা২য় মহলা, পি.এন.দি কমপলেক,৩ন ৱাদ, ৰামজানকি চক, ওদালগুৰি-৭৮৪৫০৯৮৪৩৩৯১৩২৯৭
অসমলখিমপুৰ/মৰিগাঁওভবেন দাস১ম মহলা, ২নঙ ৱাড, ৰেলৱে ৰড,নাকাৰি, লক্ষিমপুৰ, অসম-৭৮৭০০‍১৭০০২৪৯০৩৫১
অসমকামৰূপ মেট্ৰো/তিনিচুকীয়া/বাক্সাসন্দীপ মজুমদাৰআদিত্যম বিলদিন, ৬ন মহলা, লাচিত নগৰ, গুৱাহাটী-৭৮১০০৭৮৪৩৩৯১১০৮৮
x

Videos

Awards & Recognition
x
x